গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আহমেদাবাদত কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ ভাৰতৰ প্ৰচেষ্টাক কমনৱেলথ এছ’চিয়েশ্যনে অনুমোদন জনোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে সুখ প্ৰকাশ কৰে

ভাৰতক বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত স্থান দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে কৰা অদম্য প্ৰচেষ্টালৈ এক বৃহৎ সমৰ্থন
বিশ্বমানৰ আন্তঃগাঁথনিৰ উত্থান আৰু ক্ৰীড়া প্ৰতিভাৰ দেশব্যাপী উত্থান ঘটাই প্ৰধানমন্ত্ৰী মোদীজীয়ে ভাৰতক ক্ৰীড়া গন্তব্যস্থান কৰি তুলিছে

प्रविष्टि तिथि: 15 OCT 2025 8:06PM by PIB Guwahati

আহমেদাবাদত কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ ভাৰতৰ প্ৰচেষ্টাক কমনৱেলথ এছ’চিয়েশ্যনে অনুমোদন জনোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে সুখ প্ৰকাশ কৰিছে।

এক্স প্লেটফৰ্মত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় “ভাৰতৰ বাবে অপৰিসীম আনন্দ আৰু গৌৰৱৰ দিন।আহমেদাবাদত কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ ভাৰতৰ প্ৰচেষ্টাক কমনৱেলথ এছ’চিয়েশ্যনে অনুমোদন জনোৱাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকলৈ আন্তৰিক অভিনন্দন।ই ভাৰতক বিশ্বমানৰ আন্তঃগাঁথনিৰ উত্থান কৰা আৰু ক্ৰীড়া প্ৰতিভাৰ এক দেশব্যাপী  উত্থানৰ জড়িয়তে ভাৰতক ক্ৰীড়া গন্তব্যস্থানক  হিচাবে  বিশ্বৰ ক্ৰীড়াৰ মানচিত্ৰত স্থান দিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজিৰ অদম্য প্ৰচেষ্টালৈ এক বৃহৎ সমৰ্থন ।”

***

 

RK/AK/RR/PS/DM


(रिलीज़ आईडी: 2179770) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Malayalam