প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ দেহগামত মৃত্যু হোৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
14 SEP 2024 2:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ দেহগামৰ ডুবি যোৱা লোকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
গুজৰাটৰ দেহগাম তালুকাত পানীত ডুব গৈ প্ৰাণ হেৰুওৱা লোকসকলৰ মৃত্যুত মই গভীৰভাৱে শোকাহত হৈছো। এই দুৰ্ঘটনাত যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ পৰিয়াললৈ মই সমবেদনা জনাইছো।
শান্তি... শান্তি।
“ગુજરાતના દહેગામ તાલુકામાં ડૂબી જવાની ઘટનામાં થયેલ જાનહાનિના સમાચારથી અત્યંત દુઃખ થયું. આ દુર્ઘટનામાં જેમણે પોતાનાં સ્વજનોને ગુમાવ્યા છે એ સૌ પરિવારો સાથે મારી સંવેદના વ્યક્ત કરું છું. ઈશ્વર દિવંગત આત્માઓને શાંતિ અર્પણ કરે એ જ પ્રાર્થના….
ૐ શાંતિ….॥”
(ৰিলিজ আই ডি : 2178247)
অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam