প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু গোবিন্দ সিং জীৰ 'প্ৰকাশ উৎসব'ত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 17 JAN 2024 8:13AM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিং জীৰ 'প্ৰকাশ উৎসব'ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তেওঁৰ সাহস আৰু কৰুণাৰ কথা সোঁৱৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু গোবিন্দ সিং জীৰ বিষয়ে তেওঁৰ চিন্তাধাৰাৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰে।

প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;

"শ্ৰী গুৰু গোবিন্দ সিং জীৰ 'প্ৰকাশ উৎসব'ত মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু তেখেতৰ সাহস তথা কৰুণা স্মৰণ কৰিছো। তেওঁৰ জীৱন বহু লোকৰ বাবে শক্তিৰ উৎস হৈ ৰৈছে।

DS/ST


(ৰিলিজ আই ডি : 2178203) অতিথি কক্ষ : 24