প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

Posted On: 27 DEC 2024 9:31PM by PIB Guwahati

 

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণনে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

 

 

***

MJPS/SR/KB


(Release ID: 2177162) Visitor Counter : 10