প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবি উপভোগ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
02 DEC 2024 8:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনডিএৰ সাংসদসকলৰ সৈতে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখন উপভোগ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ
“‘দ্য সবৰমতী ৰিপ’ৰ্ট’ৰ প্ৰদৰ্শনীত এনডিএৰ সহযোগী সাংসদসকলৰ সৈতে যোগদান কৰিছিল।
ছবিখনৰ নিৰ্মাতাসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে মই প্ৰশংসা কৰিছো।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2176800)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Bengali
,
Telugu
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada