প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী ৰাম বিলাস পাছৱানৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
प्रविष्टि तिथि:
08 OCT 2025 10:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ জনপ্ৰিয় নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছৱানক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"সামাজিক ন্যায়ৰ প্ৰতীক আৰু জনসেৱাৰ প্ৰতি সমৰ্পিত বিহাৰৰ জনপ্ৰিয় নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱান মহাশয়ক তেওঁৰ মৃত্যুবাৰ্ষিকীত মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সদায় সমাজৰ বঞ্চিত আৰু শোষিত সম্প্ৰদায়ৰ কল্যাণৰ হকে কাম কৰিছিল। ৰাজনীতিৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।"
*************
MJPS/ST/DD
(रिलीज़ आईडी: 2176247)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam