প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 08 SEP 2025 2:11PM by PIB Guwahati

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগড়েই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত প্ৰকাশ কৰিছে যে-

 

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগড়েই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

@narendramodi

@RajBhavanJaipur

 

***

MJPS/VJ/NB


(Release ID: 2164630) Visitor Counter : 2