ৰাষ্ট্ৰপতি সচিবালয়
জন্ম বাৰ্ষিকী উপলক্ষে ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতিৰ
प्रविष्टि तिथि:
05 SEP 2025 11:42AM by PIB Guwahati
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্ময়ে আজি(৫ ছেপ্টেম্বৰ, ২০২৫) ৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
****
MJPS/SR/DB
(रिलीज़ आईडी: 2164233)
आगंतुक पटल : 12