প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ গোৱাৰ মুখ্যমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 AUG 2025 6:11PM by PIB Guwahati

গোৱাৰ মুখ্যমন্ত্ৰী ড প্ৰমোদ সাৱন্তে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত এইদৰে পোষ্ট কৰিছে;

 “গোৱাৰ মুখ্যমন্ত্ৰী ড প্ৰমোদ সাৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

@goacm”

***

MJPS/ST/HS


(रिलीज़ आईडी: 2163345) आगंतुक पटल : 31
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam