প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাখীবন্ধনৰ দিনটোত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 AUG 2025 8:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  ৰাখীবন্ধন  উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে;

“ৰাখীবন্ধন উপলক্ষে সকলো দেশবাসীলৈ  শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

 

***

MJPS/ST/DM


(Release ID: 2154578)