প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংসদত তামিলনাডুৰ কৃষক গোটৰে মিলিত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 07 AUG 2025 5:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি আগবেলা সংসদত তামিলনাডুৰ এটা কৃষক গোটৰ সৈতে মিলিত হয়। তেওঁলোকৰ অভিজ্ঞতা আৰু উৎপাদনশীলতাৰ লগতে বহনক্ষমতা বৃদ্ধিৰ অৰ্থে উদ্ভাৱনত গুৰুত্ব আৰোপ তথা নতুন কৃষি কৌশলক আকোৱালি লোৱাৰ কথা শুনি শ্ৰী মোদীয়ে আশ্চৰ্য্য প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

“আজি আগবেলা সংসদত তামিলনাডুৰ এটা কৃষক গোটৰ সৈতে মিলিত হওঁ। তেওঁলোকৰ অভিজ্ঞতা আৰু উৎপাদনশীলতাৰ লগতে বহনক্ষমতা বৃদ্ধিৰ অৰ্থে উদ্ভাৱনত গুৰুত্ব আৰোপ তথা নতুন কৃষি কৌশলক আকোৱালি লোৱাৰ কথা শুনি অভিভূত হৈছোঁ।”

****


MJPS/ST/SB
 


(ৰিলিজ আই ডি : 2153990) অতিথি কক্ষ : 26