প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 31 JUL 2025 11:37AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এটা পোষ্টত কয়,

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী @DrMohanYadav51-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।

@CMMadhyaPradesh”

 

***

MJPS/SR/KD


(ৰিলিজ আই ডি : 2150614) অতিথি কক্ষ : 25