প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
29 JUL 2025 10:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ভাৰতীয় হেণ্ডেলে এক্সত পোষ্ট কৰি কৈছিলঃ
"ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত পথ দুৰ্ঘটনা অত্যন্ত দুখজনক। ইয়াত প্ৰাণ হেৰুওৱা ভক্তসকলৰ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁলোকক এই বেদনা সহ্য কৰাৰ শক্তি দিয়ক। ইয়াৰ সৈতে, মই আহত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰোঁঃ প্ৰধানমন্ত্ৰী @narendramodi"
***
MJPS/SR
(रिलीज़ आईडी: 2149589)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam