প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী জগদীপ ধনখড়ৰ সুস্বাস্থ্য কামনা প্ৰধানমন্ত্ৰীৰ

Posted On: 22 JUL 2025 12:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী জগদীপ ধনখড়ৰ সুস্বাস্থ্য কামনা কৰিছেশ্ৰী মোদীয়ে কয় যে শ্ৰী জগদীপ ধনখড়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে তথা বিভিন্ন সামৰ্থ্যৰে আমাৰ দেশলৈ বিভিন্ন সেৱা আগবঢ়োৱাৰ বহু সুযোগ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-এনেদৰে পোষ্ট কৰিছেঃ

"শ্ৰী জগদীপ ধনখড়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বিভিন্ন সামৰ্থ্যৰে আমাৰ দেশলৈ সেৱা আগবঢ়োৱাৰ বহু সুযোগ লাভ কৰিছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিলো।

 

***

MJPS/VJ/HS


(Release ID: 2146700) Visitor Counter : 3