প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

পোষ্ট কৰা হৈছে: 14 JUL 2025 7:08PM by PIB Guwahati

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

“উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী @pushkardhami-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

@ukcmo”

****

MJPS/ST/SB
 


(ৰিলিজ আই ডি : 2144735) অতিথি কক্ষ : 20