প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভগৱান জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 27 JUN 2025 9:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ পৃথক পৃথক পোষ্টত তেওঁ লিখিছিলঃ

"ভগৱান জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে সকলো দেশবাসীলৈ মোৰ শুভেচ্ছা জনালো। শ্ৰদ্ধা আৰু ভক্তিৰ এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। জয় জগন্নাথ!"

“ପବିତ୍ର ରଥଯାତ୍ରା ଉପଲକ୍ଷେ ହାର୍ଦ୍ଦିକ ଶୁଭେଚ୍ଛା ।

ଜୟ ଜଗନ୍ନାଥ!”

***

MJPS/SR/NB


(ৰিলিজ আই ডি : 2140073) অতিথি কক্ষ : 14