প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
Posted On:
21 MAY 2025 5:41PM by PIB Guwahati
আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নয়ব সিং ছাইনীয়ে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। X ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে প’ষ্ট কৰে, “হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
***
MJPS/SR/SKS/MS
(Release ID: 2130568)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam