প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 MAY 2025 8:07PM by PIB Guwahati
আজি নতুন দিল্লীত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী @OmarAbdullahই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
*****
MJPS/SR/SKS/DB
(ৰিলিজ আই ডি : 2126892)
অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada