প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰপ্ৰদেশৰ ৰাজ্যপালৰ
प्रविष्टि तिथि:
16 APR 2025 9:03PM by PIB Guwahati
নতুন দিল্লীত আজি উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্ৰ হেণ্ডেলৰ পোষ্টত কয়:
‘উত্তৰপ্ৰদেশৰ ৰাজ্যপাল @anandibenpatel জীয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@GovernorofUp”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2122526)
आगंतुक पटल : 28
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam