প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীক পবিত্ৰ ৰামনৱমীৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
06 APR 2025 8:28AM by PIB Guwahati
আজি ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায়।
এক্সত পৃথক পৃথক পোষ্টত তেওঁ লিখিছে -
“ৰাম নৱমীৰ দিনা সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। ভগৱান শ্ৰীৰামৰ জন্ম জয়ন্তীৰ এই পবিত্ৰ ক্ষণে আপোনালোক সকলোৰে জীৱনলৈ নতুন চেতনা আৰু নতুন উদ্যম কঢ়িয়াই আনক, যিয়ে শক্তিশালী, সমৃদ্ধিশালী আৰু সমৰ্থৱান ভাৰতৰ সংকল্পত অহৰহ নতুন শক্তি প্ৰদান কৰিব। জয় শ্ৰী ৰাম!”
“সদৌটিলৈ ৰাম নৱমীৰ শুভেচ্ছা! প্ৰভু শ্ৰীৰামৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত বিদ্যমান হৈ থাকক আৰু আমাৰ সকলো কামত প্ৰভূৱে পথ প্ৰদৰ্শন কৰক। আজি ৰামেশ্বৰমত উপস্থিত হোৱাৰ বাবে উদগ্ৰীৱ হৈ আছো!”
***
MJPS/SR
(रिलीज़ आईडी: 2119576)
आगंतुक पटल : 33
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam