প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থান দিৱসত শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
30 MAR 2025 11:46AM by PIB Guwahati
আজি ৰাজস্থান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ৰাইজলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ আশা প্ৰকাশ কৰে যে ৰাজ্যখনে উৎকৃষ্টতাৰ দিশত ভাৰতৰ যাত্ৰাত অমূল্য অৱদান আগবঢ়াই থাকিব।
এক্সত এটা পোষ্টত তেওঁ লিখিছে-“আচৰিত সাহস আৰু বীৰত্বৰ প্ৰতীক ৰাজস্থানৰ সকলো ভাই-ভনীলৈ ৰাজস্থান দিৱসৰ বহু শুভেচ্ছা জনাইছো।ইয়াৰ কঠোৰ পৰিশ্ৰমী আৰু প্ৰতিভাৱান জনসাধাৰণৰ অংশগ্ৰহণেৰে ৰাজ্যখনে উন্নয়নৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰি যাব আৰু দেশৰ সমৃদ্ধিৰ বাবে অমূল্য অৱদান আগবঢ়াই যাব বুলি মই আশাবাদী।”
***
MJPS/SR/MS
(रिलीज़ आईडी: 2117156)
आगंतुक पटल : 34
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam