প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
01 APR 2025 10:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নৱৰাত্ৰিৰ সময়ত দেৱী মাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে। তেওঁ লগতে পণ্ডিত ভীমসেন যোশীৰ এটা ভজনো শ্বেয়াৰ কৰে।
‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখে-“নৱৰাত্ৰিত দেৱী মাক পূজা কৰিলে মনটো অপৰিসীম শান্তিৰে ভৰি পৰে। মাতৃৰ প্ৰতি উৎসৰ্গিত পণ্ডিত ভীমসেন যোশী জীৰ এই অন্তৰ্স্পৰ্শী ভজনটোৱে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে...।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2117145)
आगंतुक पटल : 34
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam