প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আটাইলৈ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে
পোষ্ট কৰা হৈছে:
13 MAR 2025 6:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি সকলোকে হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই উৎসৱে সকলোৰে জীৱনত নতুন উদ্যম আৰু শক্তিৰ সঞ্চাৰ কৰক আৰু লগতে দেশবাসীৰ মাজত ঐক্যৰ ৰং গভীৰ কৰি তোলক।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়, "আপোনালোক সকলোকে হোলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আনন্দ আৰু সুখেৰে ভৰা এই পবিত্ৰ উৎসৱটোৱে সকলোৰে জীৱনলৈ নতুন উদ্যম আৰু শক্তি কঢ়িয়াই আনক আৰু লগতে দেশবাসীৰ মাজত একতাৰ ৰং গভীৰ কৰি তোলক, তাৰে কামনা কৰিলোঁ।"
***
MJPS/VJ/MS
(ৰিলিজ আই ডি : 2111709)
অতিথি কক্ষ : 38
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada