উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূবৰ বাবে সামৰ্থ্য বিকাশ আঁচনি
Posted On:
12 MAR 2025 1:45PM by PIB Guwahati
দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে জনাইছে যে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে স্থানান্তৰিত কৰা সামৰ্থ্য বিকাশ আৰু কাৰিকৰী সহায় আঁচনিৰ সামৰ্থ্য বিকাশৰ বাবে ২৫ কোটি টকাৰ কৰ্তৃত্ব দিয়া হৈছে।
২০১৫ চনৰ পৰা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে (PMKVY) অসমকে ধৰি সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা বৃদ্ধিৰ লক্ষ্যৰে হ্ৰস্বম্যাদী প্ৰশিক্ষণ (STT)ৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু ৰিকগনিছন অব প্ৰায়ৰ লাৰ্নিং(RPL)ৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ তেওঁলোকক উদ্যোগৰ প্ৰাসংগিক দক্ষতাৰে সজ্জিত কৰি তোলা হৈছে। তিনিটা পৰ্যায়ৰ সফল ৰূপায়নৰ পিছত বৰ্তমান অসমকে ধৰি সমগ্ৰ দেশতে পিএমকেভিৱাই ৪.০ আঁচনিৰ কাম চলি আছে। বিগত দুটা বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত অসমক ৩১.১২.২০২৪ তাৰিখলৈকে প্ৰদান কৰা ধনৰ সবিশেষ তলত দিয়া ধৰণৰ:
State
|
2022-23
|
2023-24
|
2024-25 (Current Year)
|
Assam
|
11.01
|
43.28
|
15.54
|
তদুপৰি, ৩১.১২.২০২৪ তাৰিখলৈকে সকলো সংস্কৰণতে অসমত আৰম্ভ হোৱাৰ পৰা পিএমকেভিৱাইৰ অধীনত ভৌতিক অগ্ৰগতি তলত দিয়া ধৰণৰ:
অসমত পিএমকেভিৱাইৰ অধীনত (আৰম্ভণিৰ পৰা) ভৌতিক অগ্ৰগতি
Physical progress under PMKVY (since inception) in Assam
|
Versions
|
Enrolled
|
Trained / Oriented
|
Assessed
|
Certified
|
Reported Placed
|
PMKVY 1.0
|
33,408
|
33,408
|
32,395
|
19,668
|
3,694
|
PMKVY 2.0
|
6,69,154
|
6,54,610
|
5,32,501
|
4,93,270
|
60,808
|
PMKVY 3.0
|
35,476
|
32,722
|
24,088
|
20,237
|
2,755
|
PMKVY 4.0
|
1,46,012
|
1,07,966
|
61,416
|
57,456
|
*
|
Total
|
8,84,050
|
8,28,706
|
6,50,400
|
5,90,631
|
67,257
|
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশৰ সৈতে জড়িত মুঠ ৫৯.৬০ কোটি টকা ব্যয়সাপেক্ষে মুঠ ৩৮টা প্ৰকল্পত উত্তৰ-পূব পৰিষদে অনুমোদন জনাইছে।
এই তথ্য উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।
(Release ID: 2111105)
Visitor Counter : 5