প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলা সৱলীকৰণত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা সম্পৰ্কে প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 MAR 2025 12:19PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী সাবিত্ৰী ঠাকুৰৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰি মহিলা সবলীকৰণত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাক আলোকপাত কৰে। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে মহিলাসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা কেৱল অত্যন্ত উপকাৰীয়েই নহয়, বৰঞ্চ তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক্সত পোষ্ট কৰি লিখিছে:

"মহিলা আৰু শিশু উন্নয়ন ৰাজ্যিক মন্ত্ৰী @savitrii4bjp জীয়ে আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকলক সবলীকৰণৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাক আলোকপাত কৰিছে আৰু লিখিছে যে এই ব্যৱস্থা তেওঁলোকৰ বাবে অত্যন্ত উপযোগী হোৱাৰ উপৰিও ই ন ন সুযোগ সৃষ্টি কৰাতো সহায়ক বিবেচিত হয়। আমাৰ নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত তেওঁৰ এই লেখাটো পঢ়ক..."

 

 ***

 MJPS/SR


(रिलीज़ आईडी: 2110118) आगंतुक पटल : 41
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada