প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী অনিল যোশীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 26 FEB 2025 5:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰসিদ্ধ গুজৰাটি কবি শ্ৰী অনিল যোশীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক্সৰ পোষ্টত তেওঁ লিখেঃ

“প্ৰসিদ্ধ গুজৰাটি কবি শ্ৰী অনিল যোশীৰ বিয়োগৰ খবৰ পাই মৰ্মাহত হৈছো। আধুনিক গুজৰাটি সাহিত্যত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব।

তেওঁৰ বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ আৰু এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালৰ আৰু সাহিত্যৰ প্ৰেমীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ...

ঔম শান্তি...।”

 

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2106674) অতিথি কক্ষ : 34