প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বীৰ সাৱাৰকাৰৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 26 FEB 2025 9:41AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাৱাৰকাৰৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ কয়:

"সকলো দেশবাসীৰ হৈ বীৰ সাৱাৰকাৰৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কৃতজ্ঞ ৰাষ্ট্ৰই স্বাধীনতা আন্দোলনত তপস্যা, ত্যাগ, সাহস আৰু সংগ্ৰামেৰে পৰিপূৰ্ণ তেওঁৰ অমূল্য অৱদানক কেতিয়াও পাহৰিব নোৱাৰে।"

***

MJPS/SR/KB


(रिलीज़ आईडी: 2106352) आगंतुक पटल : 60
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam