প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
19 FEB 2025 9:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্সত লিখিছে;
"মই ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বত স্বৰাজ্যৰ ভেটি স্থাপন কৰা হৈছিল, যিয়ে প্ৰজন্মসমূহক সাহস আৰু ন্যায়ৰ মূল্যবোধ বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ আমাক এক শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাত অনুপ্ৰাণিত কৰিছে"।
"মই ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত প্ৰণাম জনাইছো। তেওঁৰ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বত স্বৰাজ্যৰ ভেটি স্থাপন কৰা হৈছিল, যি প্ৰজন্মসমূহক সাহস আৰু ন্যায়ৰ মূল্যবোধ বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ আমাক এক শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰি আহিছে"।
***
MJPS/ST/MK
(ৰিলিজ আই ডি : 2104597)
অতিথি কক্ষ : 73
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam