প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্বামী ৰামকৃষ্ণ পৰমহংসক তেওঁৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 18 FEB 2025 8:52AM by PIB Guwahati

 

জয়ন্তীত স্বামী ৰামকৃষ্ণ পৰমহংসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘এক্স’-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"দেশবাসীৰ হৈ স্বামী ৰামকৃষ্ণ পৰমহংসৰ জন্ম জয়ন্তীত তেওঁলৈ শত-শত প্ৰণিপাত জনাইছোঁ।"

 

 

***

MJPS/ST/KB


(ৰিলিজ আই ডি : 2104377) অতিথি কক্ষ : 78