প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী কৰ্ছনভাই ছোলাংকীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
04 FEB 2025 1:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট বিধানসভাৰ সদস্য শ্ৰী কৰ্ছনভাই ছোলাংকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ
‘গুজৰাট বিধানসভাৰ সদস্য শ্ৰী কৰ্ছনভাই ছোলাংকীৰ মৃত্যুৰ খবৰটো আচৰিত কৰাৰ দৰে। তেওঁৰ সৰল জীৱন যাপন আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ বাবে কৰা সেৱাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।
তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা!
ঔম শান্তি...!!’
***
MJPS/SR/HS
(रिलीज़ आईडी: 2099521)
आगंतुक पटल : 60
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Tamil
,
Telugu
,
Kannada
,
Malayalam