প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন কৰ্পূৰী ঠাকুৰজীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে

পোষ্ট কৰা হৈছে: 24 JAN 2025 8:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰত ৰত্ন কৰ্পূৰী ঠাকুৰজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্স-ৰ এটা পোষ্টত কয়ঃ

"বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰত ৰত্ন কৰ্পূৰী ঠাকুৰজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। জননায়ক গৰাকীয়ে তেওঁৰ গোটেই জীৱনটো সামাজিক ন্যায়ৰ বাবে উৎসৰ্গা কৰিছিল আৰু এই দিশত বহু প্ৰচেষ্টা চলাইছিল। তেওঁৰ জীৱন আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।"

***

 

MJPS/SR/MK


(ৰিলিজ আই ডি : 2095698) অতিথি কক্ষ : 62