প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ পাঞ্জাবী শিল্পী দিলজিৎ দোছাঞ্জৰ
পোষ্ট কৰা হৈছে:
01 JAN 2025 11:24PM by PIB Guwahati
আজি পঞ্জাবী শিল্পী দিলজিৎ দোছাঞ্জে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁক বহুমুখী আৰু পৰম্পৰাৰ সৈতে সংমিশ্ৰিত এক প্ৰতিভা বুলি প্ৰশংসা কৰে। এক্সত দিলজিত দোছাঞ্জৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছেঃ “দিলজিৎ দোছাঞ্জৰ সৈতে এক গুৰুত্বপূৰ্ণ মত-বিনিময়! তেওঁ সঁচাকৈয়ে বহুমুখী, প্ৰতিভা আৰু পৰম্পৰাৰ মিশ্ৰণ। আমি সংগীত, সংস্কৃতি আৰু বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ...@diljitdosanjh”
***
MJPS/SR/MS
(ৰিলিজ আই ডি : 2094474)
অতিথি কক্ষ : 39
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam