প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেৰালাৰ ৰাজ্যপালৰ

प्रविष्टि तिथि: 10 JAN 2025 7:48PM by PIB Guwahati

কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়;

“কেৰালাৰ ৰাজ্যপাল শ্ৰী @rajendraarlekar-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

***

MJPS/ST/DB


(रिलीज़ आईडी: 2091991) आगंतुक पटल : 70
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam