প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আজি অটলজীৰ শততম জন্মজয়ন্তীত আমাৰ দেশলৈ তেওঁৰ কীৰ্তিচিহ্নস্বৰূপ অৱদান আৰু তেওঁৰ প্ৰচেষ্টাই কেনেকৈ বহু জীৱনক ৰূপান্তৰিত কৰিলে সেই বিষয়ে কেইষাৰিমান লিখিলোঁ: প্ৰধানমন্ত্ৰী
Posted On:
25 DEC 2024 9:26AM by PIB Guwahati
আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী বাজপেয়ীৰ উত্তৰাধিকাৰক সন্মান জনাই লিখা এটা লেখা শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখা এটা পোষ্টত উল্লেখ কৰিছে:
“আজি অটলজীৰ ১০০ বছৰীয়া জন্মজয়ন্তীত আমাৰ দেশলৈ তেওঁৰ কীৰ্তিচিহ্নস্বৰূপ অৱদান আৰু তেওঁৰ প্ৰচেষ্টাই কেনেকৈ বহু জীৱনক ৰূপান্তৰিত কৰিলে সেই বিষয়ে কেইষাৰিমান লিখিলোঁ।”
"আদৰণীয় অটল বিহাৰী বাজপেয়ী জীয়ে যিদৰে সাংবিধানিক মূল্যবোধ ৰক্ষা কৰি দেশক এক নতুন দিশ আৰু গতি প্ৰদান কৰিলে, ইয়াৰ প্ৰভাৱ সদায় অদম্য হৈ থাকিব। মোৰ সৌভাগ্য যে তেওঁৰ সৌহাদ্যপূৰ্ণ সংগ আৰু আশীৰ্বাদ পাইছোঁ। তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মই লিখা লেখাটো পঢ়িব পাৰিব।”
***
MJPS/VJ
(Release ID: 2087989)
Visitor Counter : 10
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam