পোষ্ট কৰা হৈছে:
10 DEC 2024 12:47PM by PIB Guwahati
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত কয়ঃ
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @DrMohanYadav51-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMMadhyaPradesh”
***
MJPS/SR/SB