প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত ভগৱান বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, জনজাতীয় গৌৰৱ দিৱস হিচাপে স্মৰণ

प्रविष्टि तिथि: 15 NOV 2024 8:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে ভগৱান বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে এই দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে স্মৰণ কৰে। তেওঁ মন্তব্য কৰে যে ভগৱান বীৰছা মুণ্ডা জীয়ে মাতৃভূমিৰ গৌৰৱ আৰু মৰ্যাদা সুৰক্ষাৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিল।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ

“ভগৱান বীৰছা মুণ্ডা জীয়ে মাতৃভূমিৰ গৌৰৱ আৰু মৰ্যাদা সুৰক্ষাৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিল। তেওঁ জন্মদিন ‘জনজাতীয় গৌৰৱ দিৱস’ৰ শুভক্ষণত তেওঁলৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। #JanjatiyaGauravDiwas”

***

MJPS/SR/DB


 


(रिलीज़ आईडी: 2073613) आगंतुक पटल : 73
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam