প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী গুৰু নানক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ উষ্ম শুভেচ্ছা জ্ঞাপন
प्रविष्टि तिथि:
15 NOV 2024 8:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক জয়ন্তী উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে শ্ৰী গুৰু নানক দেৱ জীৰ শিক্ষণে আমাক সহানুভূতি, দয়া আৰু নম্ৰতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।
এক্সৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“শ্ৰী গুৰু নানক জয়ন্তীৰ শুভ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শ্ৰী গুৰু নানক দেৱ জীৰ শিক্ষণে আমাক সহানুভূতি, দয়া আৰু নম্ৰতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে যেন। এই শিক্ষাই আমাক সমাজ সেৱা কৰিবলৈ আৰু আমাৰ গ্ৰহটোক উন্নত কৰি তুলিবলৈয়ো প্ৰেৰণা যোগাওঁক।”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2073572)
आगंतुक पटल : 78
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam