পোষ্ট কৰা হৈছে:
31 OCT 2024 10:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ক সাক্ষাৎ কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়-য়ে এক্স-ত পোষ্ট কৰিছে:
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰজীক সাক্ষাৎ কৰে আৰু দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে।
***
MJPS/TS/KB