প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ভাই দুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
03 NOV 2024 9:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই দুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
“সকলো দেশবাসীক ভাই দুজৰ বহুত শুভকামনা। এই পৱিত্ৰ উৎসৱে ভাতৃ-ভগ্নীৰ পাৰস্পৰিক স্নেহ ভাব আৰু গভীৰ কৰি তোলক, এয়ে কামনা।”
**********
MJPS/TS
(ৰিলিজ আই ডি : 2070498)
অতিথি কক্ষ : 75
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam