প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজ্য প্ৰতিষ্ঠা দিৱসত ছত্তীশগড়বাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ
Posted On:
01 NOV 2024 9:06AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ছত্তীশগড়বাসীক সম্ভাষণ জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
“ৰাজ্য প্ৰতিষ্ঠা দিৱসত সমূহ ছত্তীশগড়বাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গৌৰৱময় লোক-পৰম্পৰা আৰু জনজাতীয় সংস্কৃতিৰ বিস্ময়কৰ মিলনেৰে সমৃদ্ধ এই ৰাজ্যখন যেন উন্নয়নৰ পথত দ্ৰুতভাৱে আগবাঢ়ি যায়, তাৰেই কামনা কৰিছোঁ।”
***
MJPS/TS/SB
(Release ID: 2070100)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam