প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বিজয়দশমী’ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 12 OCT 2024 8:50AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজয়দশমী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"দেশবাসীক বিজয়দশমীৰ শুভেচ্ছা জনাইছোঁ। আই দুৰ্গা আৰু ভগৱান শ্ৰী ৰামৰ আশীৰ্বাদত আপোনালোক সকলোৱে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে জয়লাভ কৰিবলৈ সক্ষম হওক এই কামনাকে কৰিছোঁ।”

 

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2064469) आगंतुक पटल : 57
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam