প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 07 OCT 2024 8:29PM by PIB Guwahati

 

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও চাইয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলে লিখিছে:

"ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে।"

 

***

MJPS/SR/KB



(Release ID: 2063123) Visitor Counter : 14