নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

জলপথৰ বিকাশৰ বাবে ঘৰুৱা আৰু বিদেশী বিনিয়োগ

Posted On: 06 AUG 2024 1:42PM by PIB Guwahati

দেশত আভ্যন্তৰীণ জল পৰিবহণ (আইডব্লিউটি)ৰ প্ৰসাৰৰ বাবে, ২৪খন ৰাজ্য সামৰি থকা ১১১ টা জলপথক (৫টা ইতিমধ্যে থকা আৰু ১০৬ টা নতুনসহ) ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬-ৰ অধীনত ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ১১১টা ৰাষ্ট্ৰীয় জলপথৰ ভিতৰত ২৫টা হৈছে পৰিশিষ্ট-১-ত থকা বিৱৰণ অনুসৰি আন্তঃৰাজ্যিক ৰাষ্ট্ৰীয় জলপথ।

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আইডব্লিউএআই) নদীৰ বন্দৰত ঘৰুৱা বিনিয়োগৰ বাবে ২০২৩ চনৰ মাৰ্চ মাহত গুজৰাট ৰাজ্যত এনডব্লিউ-৭৩ (নৰ্মদা নদী) আৰু এনডব্লিউ-১০০ (তাপী নদী) কাৰ্যকৰী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ (ইঅ'আই)ক আহ্বান জনাইছিল। অৱশ্যে, বিনিয়োগৰ বাবে কোনো সুনিৰ্দিষ্ট প্ৰস্তাৱ পোৱা হোৱা নাছিল।

পৰিশিষ্ট-১

আন্তঃৰাজ্যিক ৰাষ্ট্ৰীয় জলপথৰ তালিকা

 (ভাৰত চৰকাৰে ১২.০৪.২০১৬ তাৰিখে প্ৰণয়ন কৰা ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬-ৰ জৰিয়তে ১১১টা জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰিছে)।

 

ক্ৰমিক নং

ৰাষ্ট্ৰীয় জলপথ নং

দৈৰ্ঘ্য (কিমি)

জলপথৰ সবিশেষ

ৰাজ্য

ৰাষ্ট্ৰীয় জলপথ নং ১

১৬২০

গংগা-ভাগীৰথী-হুগলী নদী প্ৰণালী (হলদিয়া - এলাহাবাদ)

উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগ

ৰাষ্ট্ৰীয় জলপথ নং ৪

৫০

কাকিনাড়া খাল (কাকিনাড়াৰ পৰা ৰাজমুন্দ্ৰীলৈ)

অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ছত্তীশগড়, কৰ্ণাটক, তামিলনাডু, পণ্ডিচেৰী আৰু মহাৰাষ্ট্ৰ

১৭১

গোদাবৰী নদী (ভদ্ৰাচলমৰ পৰা ৰাজমুন্দ্ৰীলৈ)

১৩৯

এলুৰু খাল (ৰাজামুন্দ্ৰিৰ পৰা বিজয়ৱাড়ালৈ)

১৫৭

কৃষ্ণা নদী (ৱাজিৰাবাদৰ পৰা বিজয়ৱাড়া)

১১৩

কমামুৰ খাল (বিজয়ৱাড়াৰ পৰা পেদ্দাগানজাম)

৩১৬

উত্তৰ বাকিংহাম খাল (পেড্ডাগানজামৰ পৰা চেন্নাইৰ চেণ্ট্ৰেল ষ্টেচনলৈ)

১১০

দক্ষিণ বাকিংহাম খাল (চেন্নাইৰ চেণ্ট্ৰেল ষ্টেচন ৰ পৰা মাৰাকানাম)

২২

মাৰাকানাম ৰ পৰা পুডুচেৰীলৈ কালুভেলি টেংকৰ মাজেৰে

১২০২

গোদাৱৰী নদী (ভদ্ৰাচলম - নাছিক)

৬৩৬

কৃষ্ণা নদী (ৱাজিৰাবাদ - গালাগালি)

ৰাষ্ট্ৰীয় জলপথ নং ৫

২৫৬

ইষ্ট কোষ্ট কেনেল আৰু মাটাই নদী

উৰিষ্যা আৰু পশ্চিম বংগ

২৬৫

ব্ৰহ্মানী-খাৰচুয়া-ধামৰা নদী

৬৭

মহানদী বদ্বীপ নদী (হংচুয়া নদী, নুনালা, গোব্ৰিনালা, খাৰনাচী নদী আৰু মহানদীৰে গঠিত)

ৰাষ্ট্ৰীয় জলপথ নং ১৩

১১

এভিএম খাল

কেৰালা আৰু তামিলনাডু

ৰাষ্ট্ৰীয় জলপথ নং ১৭

১৮৯

বিয়াছ নদী

হিমাচল প্ৰদেশ আৰু পাঞ্জাৱ

ৰাষ্ট্ৰীয় জলপথ নং ২১

১৩৯

ভীমা নদী

কৰ্ণাটক আৰু তেলেংগানা

ৰাষ্ট্ৰীয় জলপথ নং ৩৭

২৯৬

গন্দক নদী

বিহাৰ আৰু উত্তৰ প্ৰদেশ

ৰাষ্ট্ৰীয় জলপথ নং ৩৮

৬২

গঙ্গাধৰ নদী

অসম আৰু পশ্চিম বংগ

ৰাষ্ট্ৰীয় জলপথ নং ৪০

৩৫৪

ঘাগ্ৰা নদী

বিহাৰ আৰু উত্তৰ প্ৰদেশ

১০

ৰাষ্ট্ৰীয় জলপথ নং ৪৫

৬৫০

ইন্দিৰা গান্ধী খাল

পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান

১১

ৰাষ্ট্ৰীয় জলপথ নং ৪৮

৫৯০

জৱাই-লুনি-কচ্ছৰ ৰাণ নদী প্ৰণালী

গুজৰাট আৰু ৰাজস্থান

১২

ৰাষ্ট্ৰীয় জলপথ নং ৫০

৪৩

জিঞ্জিৰাম নদী

অসম আৰু মেঘালয়

১৩

ৰাষ্ট্ৰীয় জলপথ নং ৫৪

৮৬

কৰমনাশা নদী

বিহাৰ আৰু উত্তৰ প্ৰদেশ

১৪

ৰাষ্ট্ৰীয় জলপথ নং ৬২

৮৬

লোহিত নদী

অসম আৰু অৰুণাচল প্ৰদেশ

১৫

ৰাষ্ট্ৰীয় জলপথ নং ৭০

২৪৫

মঞ্জৰা নদী

মহাৰাষ্ট্ৰ আৰু তেলেংগানা

১৬

ৰাষ্ট্ৰীয় জলপথ নং ৭৩

২২৬

নৰ্মদা নদী

মহাৰাষ্ট্ৰ আৰু গুজৰাট

১৭

ৰাষ্ট্ৰীয় জলপথ নং ৭৮

২৬২

পেঙ্গানাগা - ৱাৰ্ধা নদী প্ৰণালী

মহাৰাষ্ট্ৰ আৰু তেলেংগানা

১৮

ৰাষ্ট্ৰীয় জলপথ নং ৮৪

৪৪

ৰবি নদী

জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু পঞ্জাৱ

১৯

ৰাষ্ট্ৰীয় জলপথ নং ৯৬

৩১১

সুবৰ্ণৰেখা নদী

ঝাৰখণ্ড, পশ্চিম বংগ আৰু উৰিষ্যা

২০

ৰাষ্ট্ৰীয় জলপথ নং ৯৮

৩৭৭

শতদ্ৰু নদী

হিমাচল প্ৰদেশ আৰু পাঞ্জাৱ

২১

ৰাষ্ট্ৰীয় জলপথ নং ১০০

৪৩৬

টাপী নদী

মহাৰাষ্ট্ৰ আৰু গুজৰাট

২২

ৰাষ্ট্ৰীয় জলপথ নং ১০২

৮৭

টলৱাং (ধলেশ্বৰী নদী)

অসম আৰু মিজোৰাম

২৩

ৰাষ্ট্ৰীয় জলপথ নং ১০৪

২৩২

তুঙ্গভদ্ৰা নদী

কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ

২৪

ৰাষ্ট্ৰীয় জলপথ নং ১০৯

১৬৬

ৱাইনগংগা - প্ৰাণহিতা

নদী প্ৰণালী

মহাৰাষ্ট্ৰ আৰু তেলেংগানা

২৫

ৰাষ্ট্ৰীয় জলপথ নং ১১০

১০৮০

যমুনা নদী

দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

***

MJPS/AK/HS/BB


(Release ID: 2042145) Visitor Counter : 76