আইন আৰু ন্যায় মন্ত্ৰালয়

২০২১-২২, ২০২২-২০২৩, ২০২৩-২৪ আৰু চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫(মে, ২০২৪লৈকে) বিগত তিনিটা বিত্তীয় বৰ্ষত আইনী সেৱা প্ৰতিষ্ঠানৰ দ্বাৰা বিনামূলীয়া আইনী সেৱাৰ জৰিয়তে উপকৃত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ব্যক্তিৰ সংখ্যা

Posted On: 26 JUL 2024 1:25PM by PIB Guwahati

নিম্নোলিখিত প্ৰাধিকৰণ/প্ৰতিষ্ঠানে এছচি/এছটিকে ধৰি দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকক বিনামূলীয়া আইনী সেৱা আগবঢ়াইছেঃ-

  1. ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ(নালছা)
  2. উচ্চতম ন্যায়ালয়ৰ পৰ্যায়ত উচ্চতম ন্যায়ালয় আইনী সেৱা সমিতি (এছচিএলএছচি)
  3. উচ্চ ন্যায়ালয়ৰ পৰ্যায়ত ৩৮উচ্চ ন্যায়ালয় আইনী সেৱা সমিতি (এইচচিএলএছচি)
  4. ৰাজ্যিক পৰ্যায়ত ৩৭ ৰাজ্যিক আইনী সেৱা সমিতি (এছএলএছএ)
  5. জিলা পৰ্যায়ত ৭০৩ জিলা আইনী সেৱা প্ৰাধিকৰণ (ডিএলএছএ)
  6. তালুক পৰ্যায়ত ২৩৯০ তালুক আইনী সেৱা প্ৰাধিকৰণ (টিএলএছচি)

জনসাধাৰণক তেওঁলোকৰ প্ৰাপ্যতাৰ বিষয়ে সচেতন কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে আইনী সেৱা প্ৰাধিকৰণে শিশু, শ্ৰমিক, দুৰ্যোগৰ বলি হোৱা, অনুসূচিত জাতি আৰু জনজাতি, বিশেষভাৱে সক্ষম ব্যক্তি আদিৰ সৈতে জড়িত বিভিন্ন আইন আৰু আঁচনিৰ ওপৰত আইনী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। তদুপৰি আইনী সেৱা প্ৰাধিকৰণে বিভিন্ন আইন সম্পৰ্কে সহজ ভাষাত পুস্তিকা আদি প্ৰস্তুত কৰি ৰাইজৰ মাজত বিতৰণ কৰা হয়। ২০২৩-২৪ বৰ্ষৰ ভিতৰত ৪.৩০ লাখতকৈ অধিক আইনী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল য’ত ৪.৪৯ কোটি ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।

যোৱা তিনিটা বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২১-২২, ২০২২-২৩, ২০২৩-২৪ আৰু চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ (মে’ মাহলৈকে)ত আইনী সেৱা প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা বিনামূলীয়া আইনী সেৱাৰ জৰিয়তে লাভৱান হোৱা ব্যক্তিৰ সংখ্যাৰ (ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণ , ২০২৪) পৰিশিষ্ট-ক দেখুওৱা হৈছে।

অনুদান-সাহায্যৰ অধীনত চৰকাৰে বছৰি নালছালৈ ধনৰাশি আবণ্টন আৰু মুকলি কৰে। বিগত ৩ বছৰৰ ভিতৰত অৰ্থাৎ ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ চনত ক্ৰমে ১৪৫.৫০ কোটি, ১৯০ কোটি আৰু ৪০০ কোটি টকা চৰকাৰে নালছাক আবণ্টন/মুকলি কৰি দিছিল। চলিত বৰ্ষৰ বাবে অৰ্থাৎ ২০২৪-২৫ চনৰ বাবে ২০০ কোটি টকা নালছালৈ আবণ্টন দিয়া হৈছে যাৰ ভিতৰত এই পৰ্যন্ত চৰকাৰে ৮৩ কোটি টকা মুকলি কৰি দিছে। যোৱা তিনি বছৰ আৰু চলিত বৰ্ষৰ ভিতৰত আইনী সাহায্য কাৰ্যসূচী আয়োজনৰ বাবে আইনী সেৱা প্ৰাধিকৰণক নালছাই আবণ্টন দিয়া ধনৰ সবিশেষ পৰিশিষ্ট-খ উল্লেখ কৰা হৈছে।

আইনী সেৱা প্ৰাধিকৰণৰ কৰ্মক্ষমতা নিৰীক্ষণ কৰিবলৈ নালছাই সকলো এছএলএছএৰ পৰা মাহেকীয়া কাৰ্য্যকলাপৰ প্ৰতিবেদন লাভ কৰে য’ত এটা বিশেষ মাহত কৰা সকলো কাৰ্য্যকলাপৰ ওপৰত আলোকপাত কৰা হয়। ইয়াৰ পিছত মাহেকীয়া ভিত্তিত নালছাৰ দ্বাৰা চৰকাৰলৈ চূড়ান্ত কাৰ্য্যকলাপৰ প্ৰতিবেদন প্ৰেৰণ কৰা হয় যিটো পৰ্যালোচনা আৰু সংকলন কৰা হয়। মাহেকীয়া কাৰ্যকলাপৰ প্ৰতিবেদনৰ উপৰিও নালছাই সকলো এছএলএছএৰ পৰা বাৰ্ষিক প্ৰতিবেদনও লাভ কৰে আৰু নিজাকৈ বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰে, যিটো সংসদৰ দুয়োটা সদনৰ সন্মুখত ৰখা হয়।

আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ৰ অধীনত আইনী সাহায্যৰ কাম-কাজৰ মূল্যায়নৰ বাবে বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ দ্বাৰাও বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয় আইনী সেৱা প্ৰাধিকৰণৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ নালছাই সঘনাই আয়োজন কৰে। তদুপৰি নালছা আৰু ন্যায় বিভাগৰ প্ৰতিনিধিৰ মাজতো বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত হয়।

 

 

 

 

 

 

পৰিশিষ্ট-ক

যোৱা তিনি বছৰ আৰু চলিত বৰ্ষৰ ভিতৰত আইনী সেৱা প্ৰাধিকৰণ আইন, ১৯৮৭ৰ অধীনত আইনী সেৱা প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা বিনামূলীয়া আইনী সেৱাৰ জৰিয়তে লাভৱান হোৱা ব্যক্তিৰ সংখ্যাৰ সবিশেষ দেখুওৱা বিবৃতি।

S. No.

এছএলএছএ

2021-22

2022-23

2023-24

2024-25 (upto May 2024)

1

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

79

134

220

17

2

অন্ধ্ৰপ্ৰদেশ

6371

9473

8265

1214

3

অৰুণাচল প্ৰদেশ

2657

5559

5696

1068

4

অসম

110254

38335

63749

11763

5

বিহাৰ

1689158

209809

151413

14474

6

চণ্ডীগড়

1781

2653

2822

616

7

চত্তীশগড়

42394

44106

62164

11537

8

দাদৰা আৰু নগৰ হাভেলি

27

28

55

7

9

দমন আৰু দিউ

17

24

34

12

10

দিল্লী

79055

96433

121882

14031

11

গোৱা

1101

2041

1558

292

12

গুজৰাট

21953

32422

40569

7144

13

হাৰিয়ানা

23260

43098

76863

11109

14

হিমাচল প্ৰদেশ

4806

5998

7346

1105

15

জম্মু আৰু কাশ্মীৰ

8870

7992

11396

2141

16

ঝাৰখণ্ড

649481

145217

269303

31855

17

কৰ্ণাটক

32794

45663

53406

8546

18

কেৰালা

16895

23418

36498

2915

19

লাডাখ

2408

711

505

65

20

লাক্ষাদ্বীপ

0

0

0

1

21

মধ্যপ্ৰদেশ

3343800

191921

225510

42159

22

মহাৰাষ্ট্ৰ

22595

36663

53756

8244

23

মনিপুৰ

22651

26929

62635

5932

24

মেঘালয়

2346

2769

2371

300

25

নিজোৰাম

3201

5038

4801

780

26

নাগালেণ্ড

7750

7390

4603

708

27

ওড়িশা

8849

11880

19289

3107

28

পুডুচেৰী

884

788

621

145

29

পাঞ্জাৱ

36404

56448

60361

11356

30

ৰাজস্থান

13833

13472

20290

3376

31

ছিকিম

986

1127

1074

136

32

তামিলনাডু

38181

49570

45180

7196

33

তেলেংগানা

6712

12615

13193

1006

34

ত্ৰিপুৰা

2671

5055

9964

1758

35

উত্তৰপ্ৰদেশ

132629

24890

29079

2010

36

উত্তৰাখণ্ড

3775

5386

21339

4300

37

পশ্চিমবংগ

29015

49714

62354

12600

 

Total

6369643

1214769

1550164

225025

 

 

 

 

 

 

 

 

Annexure-B

 

 

 

যোৱা তিনি বছৰ আৰু চলিত বৰ্ষৰ ভিতৰত আইনী সাহায্য কাৰ্যসূচী আয়োজনৰ বাবে আইনী সেৱা প্ৰাধিকৰণক আবণ্টিত ধনৰ পৰিমাণ (টকাত) দেখুওৱা হৈছে।

 

 

S.No.

আইনী সেৱা প্ৰাধিকৰণৰ নাম

2021-22

2022-23

2023-24

2024-25 (upto 18.07.2024)

 

 

 

 

1

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

-

15,00,000

8,43,500

24,00,000

 

 

2

অন্ধ্ৰপ্ৰদেশ

5,00,00,000

4,65,00,000

9,16,00,000

86,00,000

 

 

3

অৰুণাচল প্ৰদেশ

1,40,00,000

5,00,00,000

9,75,00,000

1,25,00,000

 

 

4

অসম

6,40,00,000

7,40,00,000

20,00,00,000

2,40,00,000

 

 

5

বিহাৰ

7,60,00,000

9,25,00,000

12,50,00,000

3,06,00,000

 

 

6

চণ্ডীগড়

55,00,000

60,00,000

1,42,26,000

-

 

 

7

চত্তীশগড়

5,25,00,000

6,65,00,000

17,00,00,000

2,20,00,000

 

 

8

দাদৰা আৰু নগৰ হাভেলি

-

10,00,000

2,50,000

-

 

 

9

দমন আৰু দিউ

-

-

17,50,000

3,50,000

 

 

10

দিল্লী

9,30,00,000

12,25,00,000

15,00,00,000

6,00,00,000

 

 

11

গোৱা

15,00,000

45,00,000

1,42,00,000

43,00,000

 

 

12

গুজৰাট

5,75,00,000

8,80,00,000

18,50,00,000

3,10,00,000

 

 

13

হাৰিয়ানা

6,50,00,000

7,60,00,000

13,25,00,000

1,43,00,000

 

 

14

হিমাচল প্ৰদেশ

2,45,00,000

3,90,00,000

8,50,00,000

4,50,00,000

 

 

15

জম্মু আৰু কাশ্মীৰ

4,65,00,000

6,60,00,000

9,50,00,000

2,35,00,000

 

 

16

ঝাৰখণ্ড

7,35,00,000

7,00,00,000

16,50,00,000

2,65,00,000

 

 

17

কৰ্ণাটক

7,50,00,000

9,20,00,000

17,50,00,000

2,90,00,000

 

 

18

কেৰালা

9,90,00,000

8,00,00,000

19,75,00,000

2,00,00,000

 

 

19

লাডাখ

65,00,000

45,00,000

1,18,65,000

50,00,000

 

 

20

লাক্ষাদ্বীপ

-

5,00,000

2,75,000

-

 

 

21

মধ্যপ্ৰদেশ

5,00,00,000

7,40,00,000

26,50,00,000

4,00,00,000

 

 

22

মহাৰাষ্ট্ৰ

8,25,00,000

9,60,00,000

26,50,00,000

5,40,00,000

 

 

23

মনিপুৰ

1,05,00,000

1,90,00,000

6,23,30,730

1,12,00,000

 

 

24

মেঘালয়

50,00,000

2,60,00,000

2,46,35,500

16,00,000

 

 

25

নিজোৰাম

1,15,00,000

2,15,00,000

4,28,00,000

1,38,00,000

 

 

26

নাগালেণ্ড

1,15,00,000

2,75,00,000

2,20,00,000

42,00,000

 

 

27

ওড়িশা

4,25,00,000

7,60,00,000

9,32,00,000

2,60,00,000

 

 

28

পুডুচেৰী

20,00,000

92,00,000

70,10,000

23,00,000

 

 

29

পাঞ্জাৱ

6,40,00,000

6,16,00,000

18,25,00,000

2,75,00,000

 

 

30

ৰাজস্থান

7,00,00,000

8,40,00,000

15,25,00,000

1,80,00,000

 

 

31

ছিকিম

65,00,000

1,65,00,000

1,55,00,000

34,00,000

 

 

32

তামিলনাডু

6,00,00,000

8,10,00,000

18,00,00,000

4,15,00,000

 

 

33

তেলেংগানা

4,10,00,000

5,05,00,000

14,00,00,000

2,20,00,000

 

 

34

ত্ৰিপুৰা

2,65,00,000

3,40,00,000

6,50,00,000

55,00,000

 

 

35

উত্তৰপ্ৰদেশ

6,00,00,000

11,80,00,000

29,50,00,000

5,50,00,000

 

 

36

উত্তৰাখণ্ড

2,55,00,000

3,55,00,000

4,25,00,000

1,26,00,000

 

 

37

পশ্চিমবংগ

7,00,00,000

8,80,00,000

16,25,00,000

3,35,00,000

 

 

38

উচ্চতম ন্যায়ায়ন আইনী সেৱা সমিতি

1,00,00,000

90,00,000

1,00,00,000

1,00,00,000

 

 

39

মধ্যস্থতা আৰু সন্মিলিত প্ৰকল্প সমিতি  (এমচিপিচি)

-

1,25,00,000

50,00,000

50,00,000

 

 

 

মুঠ

1,45,30,00,000

1,92,08,00,000

3,94,49,85,730

74,61,50,000

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

                                         

 

লোকসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালে।

*****

 

SB/DP/DB



(Release ID: 2037874) Visitor Counter : 14