প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

Posted On: 22 JUL 2024 3:34PM by PIB Guwahati

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত কয়;

“অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa-ই প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”

*********

DS/ST/SB



(Release ID: 2035093) Visitor Counter : 25