প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তামিলনাডুৰ ৰাজ্যপালৰ

प्रविष्टि तिथि: 16 JUL 2024 12:48PM by PIB Guwahati

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়ঃ

“তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷”

***

DS/TS/DB


(रिलीज़ आईडी: 2033617) आगंतुक पटल : 84
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam