প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 12 JUL 2024 5:51PM by PIB Guwahati

উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) গুৰমিত সিঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;

"উত্তৰাখণ্ডৰ ৰাজ্যপাল @LtGenGurmit য়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।"

***

DS/ST/KB


(रिलीज़ आईडी: 2033260) आगंतुक पटल : 70
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam