প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 29 JUN 2024 10:08PM by PIB Guwahati

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী ছিদ্দাৰামাইয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক্সত পোষ্ট কৰি লিখিছে:

"কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী ছিদ্দাৰামাইয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।"

***

DS/RT


(ৰিলিজ আই ডি : 2029827) অতিথি কক্ষ : 84