পোষ্ট কৰা হৈছে:
20 JUN 2024 1:10PM by PIB Guwahati
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ই কয়:
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷”
***
DS/RT/DB