ভাৰতীয় নিৰ্বাচন আয়োগ
সাধাৰণ নিৰ্বাচন ২০২৪ৰ চতুৰ্থ পৰ্যায়ত ৬৯.১৬ শতাংশ ভোটদান নথিভুক্ত হৈছে
Posted On:
17 MAY 2024 4:08PM by PIB Guwahati
ভাৰতীয় নিৰ্বাচন আয়োগ (ইচিআই)ৰ ১৩-০৫-২০২৪ তাৰিখৰ দুটা প্ৰেছ টোকাৰ ধাৰাবাহিকতাৰে চলি থকা ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ৯৬টা সংসদীয় সমষ্টিৰ বাবে ৬৯.১৬ শতাংশ ভোটগ্ৰহণ নথিভুক্ত কৰা হৈছে। চতুৰ্থ পৰ্যায়ৰ বাবে লিংগভিত্তিক ভোটাৰৰ ভোটদানৰ পৰিসংখ্যা তলত দিয়া হৈছে:
পৰ্যায়
|
পুৰুষ ভোটদান
|
মহিলা ভোটদান
|
তৃতীয় লিংগ ভোটদান
|
সামগ্ৰিক ভোটদান
|
পৰ্যায় ৪
|
৬৯.৫৮ শতাংশ
|
৬৮.৭৩ শতাংশ
|
৩৪.২৩ শতাংশ
|
৬৯.১৬ শতাংশ
|
২। চতুৰ্থ পৰ্যায়ৰ বাবে ৰাজ্যভিত্তিক আৰু সংসদীয় সমষ্টিভিত্তিক ভোটদানৰ তথ্য ক্ৰমে ১ আৰু ২ নং তালিকাত দিয়া হৈছে। কোনো এটা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰাৰ্থীসকলক তেওঁলোকৰ ভোটগ্ৰহণ এজেণ্টৰ জৰিয়তে ১৭চি প্ৰ-পত্ৰৰ প্ৰতিলিপিও দিয়া হয়। ইতিমধ্যে প্ৰাৰ্থীসকলৰ সৈতে শ্বেয়াৰ কৰা প্ৰপত্ৰ ১৭চিৰ প্ৰকৃত তথ্য বৈধ হ’ব। ডাক বেলট গণনা কৰি মুঠ ভোট গণনাত যোগ কৰাৰ পিছতহে চূড়ান্ত ভোট উপলব্ধ হ’ব। ডাক বেলটৰ ভিতৰত সেৱা ভোটাৰ, অনুপস্থিত ভোটাৰ (৮৫+, দিব্যাংগজন, অত্যাৱশ্যকীয় সেৱা ইত্যাদি) আৰু নিৰ্বাচনী কৰ্তব্যত থকা ভোটাৰক দিয়া ডাক বেলট অন্তৰ্ভুক্ত। এনে ডাকযোগে লাভ কৰা বেলটৰ দৈনিক হিচাপ বিধিগত বিধান অনুসৰি সকলো প্ৰাৰ্থীক দিয়া হয়।
৩। ইয়াৰ উপৰিও, ২০২৪ চনৰ ২০ মে’ত ৫ম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া ৪৯টা সংসদীয় সমষ্টিৰ বাবে পঞ্জীয়নভুক্ত ভোটাৰৰ সংসদীয় সমষ্টিভিত্তিক সবিশেষ তালিকা ৩ত দিয়া হৈছে।
পৰ্যায় - ৪
তালিকা ১: ভোট গ্ৰহণ কেন্দ্ৰসমূহত ৰাজ্যভিত্তিক আৰু লিংগভিত্তিক ভোটদানৰ শতাংশ
ক্ৰ নং
|
ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চল
|
সংসদীয় নিৰ্বাচন ক্ষেত্ৰৰ সংখ্যা
|
ভোটদাতা উপস্থিতি (শতাংশ)
|
পুৰুষ
|
মহিলা
|
অন্য
|
মুঠ
|
১
|
অন্ধ্ৰপ্ৰদেশ
|
২৫
|
৮১.০৪
|
৮০.৩০
|
৪৪.৩৪
|
৮০.৬৬
|
২
|
বিহাৰ
|
৫
|
৫৪.৩৯
|
৬২.৪৭
|
১২.৪৪
|
৫৮.২১
|
৩
|
জম্মু আৰু কাশ্মীৰ
|
১
|
৪৩.৭৩
|
৩৩.২১
|
৩৭.৫০
|
৩৮.৪৯
|
৪
|
ঝাৰখণ্ড
|
৪
|
৬৪.১০
|
৬৭.৯৪
|
২৮.৫৭
|
৬৬.০১
|
৫
|
মধ্যপ্ৰদেশ
|
৮
|
৭৫.১০
|
৬৮.৯৬
|
৫৭.২২
|
৭২.০৫
|
৬
|
মহাৰাষ্ট্ৰ
|
১১
|
৬৪.৮২
|
৫৯.৩৮
|
২৭.৬৭
|
৬২.২১
|
৭
|
ওড়িশা
|
৪
|
৭৫.২৮
|
৭৬.০৮
|
৩৩.০৭
|
৭৫.৬৮
|
৮
|
তেলেংগানা
|
১৭
|
৬৬.০৭
|
৬৫.২৯
|
৩০.২৫
|
৬৫.৬৭
|
৯
|
উত্তৰ প্ৰদেশ
|
১৩
|
৫৯.৪৮
|
৫৬.৭৯
|
১৫.৭৩
|
৫৮.২২
|
১০
|
পশ্চিমবঙ্গ
|
৮
|
৭৯.০০
|
৮১.৪৯
|
২৮.০১
|
৮০.২২
|
১০ ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ (৯৬ সংসদীয় নিৰ্বাচন ক্ষেত্ৰ)
|
৯৬
|
৬৯.৫৮
|
৬৮.৭৩
|
৩৪.২৩
|
৬৯.১৬
|
পৰ্যায় ৪
তালিকা ২: ভোটগ্ৰহণ কেন্দ্ৰত সংসদীয় সমষ্টিভিত্তিক আৰু লিংগভিত্তিক ভোটাৰৰ উপস্থিতি
ক্ৰ নং
|
ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশ
|
সংসদীয় ক্ষেত্ৰ
|
ভোটদাতা উপস্থিতি (শতাংশ)
|
পুৰুষ
|
মহিলা
|
অন্য
|
মুঠ
|
১
|
অন্ধ্ৰপ্ৰদেশ
|
অমলাপুৰম (এছচি)
|
৮৪.৮৬
|
৮২.৮৫
|
৫২.৩৮
|
৮৩.৮৫
|
২
|
অন্ধ্ৰপ্ৰদেশ
|
অনকাপল্লি
|
৮১.৮২
|
৮২.২৩
|
৪৮.৪৮
|
৮২.০৩
|
৩
|
অন্ধ্ৰপ্ৰদেশ
|
অনন্তপুৰ
|
৮১.৩৬
|
৭৯.৭০
|
৪৫.৭৩
|
৮০.৫১
|
৪
|
অন্ধ্ৰপ্ৰদেশ
|
অৰাকু (এছটি)
|
৭৪.৪১
|
৭২.৯৯
|
৪৩.২৪
|
৭৩.৬৮
|
৫
|
অন্ধ্ৰপ্ৰদেশ
|
বাপতলা (এছচি)
|
৮৫.৮৪
|
৮৫.১৫
|
৫০.৫৯
|
৮৫.৪৮
|
৬
|
অন্ধ্ৰপ্ৰদেশ
|
চিত্তোৰ (এছচি)
|
৮৬.১৫
|
৮৫.৪২
|
৪৬.৯৭
|
৮৫.৭৭
|
৭
|
অন্ধ্ৰপ্ৰদেশ
|
এলুড়ু
|
৮৪.৭১
|
৮২.৭০
|
৪১.২৭
|
৮৩.৬৮
|
৮
|
অন্ধ্ৰপ্ৰদেশ
|
গুন্তুৰ
|
৭৯.২৭
|
৭৮.৩৯
|
৩৮.৯৯
|
৭৮.৮১
|
৯
|
অন্ধ্ৰপ্ৰদেশ
|
হিন্দুপুৰ
|
৮৫.৪৬
|
৮৩.৯৫
|
৪৭.৩৭
|
৮৪.৭০
|
১০
|
অন্ধ্ৰপ্ৰদেশ
|
কডপা
|
৭৯.২১
|
৭৯.৯৩
|
৪০.২৮
|
৭৯.৫৭
|
১১
|
অন্ধ্ৰপ্ৰদেশ
|
কাকিনাডা
|
৮১.১২
|
৭৯.৫২
|
৫৪.৮৪
|
৮০.৩০
|
১২
|
অন্ধ্ৰপ্ৰদেশ
|
কুৰনুলু
|
৭৮.১৪
|
৭৫.৪৯
|
৩৯.৭৫
|
৭৬.৮০
|
১৩
|
অন্ধ্ৰপ্ৰদেশ
|
মছলিপট্টনম
|
৮৪.৭২
|
৮৩.৪৩
|
৪৭.৩৭
|
৮৪.০৫
|
১৪
|
অন্ধ্ৰপ্ৰদেশ
|
নান্দয়াল
|
৮১.৪৮
|
৭৯.৮০
|
৫৩.০১
|
৮০.৬১
|
১৫
|
অন্ধ্ৰপ্ৰদেশ
|
নৰশাপুৰম
|
৮৩.৫০
|
৮১.৭৩
|
৬০.২৬
|
৮২.৫৯
|
১৬
|
অন্ধ্ৰপ্ৰদেশ
|
নৰসৰাওপেট
|
৮৫.৯৫
|
৮৫.৩৭
|
৪৬.০৭
|
৮৫.৬৫
|
১৭
|
অন্ধ্ৰপ্ৰদেশ
|
নেল্লুৰ
|
৭৯.৬৮
|
৭৮.৪৬
|
৩৫.৩৩
|
৭৯.০৫
|
১৮
|
অন্ধ্ৰপ্ৰদেশ
|
ওংগোল
|
৮৭.২৪
|
৮৬.৮৮
|
৬১.৬৮
|
৮৭.০৬
|
১৯
|
অন্ধ্ৰপ্ৰদেশ
|
ৰাজমুন্দৰী
|
৮১.৭২
|
৮০.১৮
|
৫৯.৭৯
|
৮০.৯৩
|
২০
|
অন্ধ্ৰপ্ৰদেশ
|
ৰাজমপেট
|
৭৮.৯৪
|
৭৯.২৪
|
৩৯.৩৯
|
৭৯.০৯
|
২১
|
অন্ধ্ৰপ্ৰদেশ
|
শ্ৰীকাকুলাম
|
৭২.৩২
|
৭৬.৫১
|
১২.০৭
|
৭৪.৪৩
|
২২
|
অন্ধ্ৰপ্ৰদেশ
|
তিৰুপতি (এছচি)
|
৭৯.৮৮
|
৭৮.৩৮
|
২৫.৬৮
|
৭৯.১০
|
২৩
|
অন্ধ্ৰপ্ৰদেশ
|
বিজয়ৱাড়া
|
৭৯.৮০
|
৭৮.৯৬
|
৬৪.৯০
|
৭৯.৩৭
|
২৪
|
অন্ধ্ৰপ্ৰদেশ
|
বিশাখাপট্টনম
|
৭০.২৫
|
৭১.৯৪
|
৩৫.৬৫
|
৭১.১১
|
২৫
|
অন্ধ্ৰপ্ৰদেশ
|
বিজয়নগৰম
|
৮১.০৩
|
৮১.০৮
|
২৬.৬৭
|
৮১.০৫
|
২৬
|
বিহাৰ
|
বেগুছৰাই
|
৫৪.৩৪
|
৬৩.৫৩
|
১৫.২৫
|
৫৮.৭০
|
২৭
|
বিহাৰ
|
দৰভাংগা
|
৫২.৪১
|
৬২.৮৭
|
০.০০
|
৫৭.৩৭
|
২৮
|
বিহাৰ
|
মুংগেৰ
|
৫৫.২২
|
৫৫.৯৩
|
১৩.৪৬
|
৫৫.৫৫
|
২৯
|
বিহাৰ
|
সমষ্টিপুৰ
|
৫৫.১২
|
৬৫.৬৫
|
১৭.৮৬
|
৬০.১১
|
৩০
|
বিহাৰ
|
উজিয়াৰপুৰ
|
৫৪.৭২
|
৬৫.০১
|
১৫.০০
|
৫৯.৫৯
|
৩১
|
জম্মু আৰু কাশ্মীৰ
|
শ্ৰীনগৰ
|
৪৩.৭৩
|
৩৩.২১
|
৩৭.৫০
|
৩৮.৪৯
|
৩২
|
ঝাৰখণ্ড
|
খুন্তি
|
৬৯.৩৫
|
৭০.৫০
|
৭৫.০০
|
৬৯.৯৩
|
৩৩
|
ঝাৰখণ্ড
|
লোহৰদগা
|
৬৪.২২
|
৬৮.৬৩
|
২৫.০০
|
৬৬.৪৫
|
৩৪
|
ঝাৰখণ্ড
|
পালামু
|
৫৮.২৭
|
৬৪.৫১
|
১০০.০০
|
৬১.২৭
|
৩৫
|
ঝাৰখণ্ড
|
সিংহভূম
|
৬৮.৬৯
|
৬৯.৯৩
|
২১.২১
|
৬৯.৩২
|
৩৬
|
মধ্যপ্ৰদেশ
|
দেৱাস
|
৭৯.৭৯
|
৭০.৯৫
|
৭৩.৯১
|
৭৫.৪৮
|
৩৭
|
মধ্যপ্ৰদেশ
|
ধাৰ
|
৭৫.৬৩
|
৬৯.৮৭
|
৪৬.৬৭
|
৭২.৭৬
|
৩৮
|
মধ্যপ্ৰদেশ
|
ইণ্ডোৰ
|
৬৫.৪৪
|
৫৭.৮৩
|
৬৯.০৭
|
৬১.৬৭
|
৩৯
|
মধ্যপ্ৰদেশ
|
খণ্ডৱা
|
৭৩.৭৬
|
৬৯.২১
|
৩৫.২৯
|
৭১.৫২
|
৪০
|
মধ্যপ্ৰদেশ
|
খৰগোন
|
৭৮.০৯
|
৭৩.৯৬
|
৭৯.৩১
|
৭৬.০৩
|
৪১
|
মধ্যপ্ৰদেশ
|
মন্দসৰ
|
৭৮.২৪
|
৭২.২৪
|
৭১.৪৩
|
৭৫.২৭
|
৪২
|
মধ্যপ্ৰদেশ
|
ৰতলাম
|
৭৪.৯৯
|
৭০.৯২
|
৩৭.৮৪
|
৭২.৯৪
|
৪৩
|
মধ্যপ্ৰদেশ
|
উজ্জৈন
|
৭৭.৯১
|
৬৯.৬৪
|
৫৩.৮৫
|
৭৩.৮২
|
৪৪
|
মহাৰাষ্ট্ৰ
|
আহমদনগৰ
|
৬৯.৮৩
|
৬৩.১১
|
৪২.৮৬
|
৬৬.৬১
|
৪৫
|
মহাৰাষ্ট্ৰ
|
ঔৰংগাবাদ
|
৬৫.৭৯
|
৬০.০০
|
৩২.০৩
|
৬৩.০৩
|
৪৬
|
মহাৰাষ্ট্ৰ
|
বীড
|
৭৩.২৮
|
৬৮.২৭
|
২৭.৫৯
|
৭০.৯২
|
৪৭
|
মহাৰাষ্ট্ৰ
|
জলগাঁও
|
৬০.৫৫
|
৫৬.২২
|
২১.১৮
|
৫৮.৪৭
|
৪৮
|
মহাৰাষ্ট্ৰ
|
জলনা
|
৭১.১৬
|
৬৬.৯৯
|
২১.১৫
|
৬৯.১৮
|
৪৯
|
মহাৰাষ্ট্ৰ
|
মাৱল
|
৫৭.৬৫
|
৫১.৮৫
|
২৬.৫৯
|
৫৪.৮৭
|
৫০
|
মহাৰাষ্ট্ৰ
|
নন্দুৰবাৰ
|
৭২.৮২
|
৬৮.৫১
|
৩৭.০৪
|
৭০.৬৮
|
৫১
|
মহাৰাষ্ট্ৰ
|
পুণে
|
৫৫.২৫
|
৫১.৭৫
|
২৭.৪৭
|
৫৩.৫৪
|
৫২
|
মহাৰাষ্ট্ৰ
|
ৰাৱেৰ
|
৬৬.০৫
|
৬২.৩৮
|
২০.৩৭
|
৬৪.২৮
|
৫৩
|
মহাৰাষ্ট্ৰ
|
শিৰডি
|
৬৭.১১
|
৫৮.৭০
|
৪৩.৫৯
|
৬৩.০৩
|
৫৪
|
মহাৰাষ্ট্ৰ
|
শিৰুৰ
|
৫৭.৯০
|
৫০.০২
|
১৬.২৬
|
৫৪.১৬
|
৫৫
|
ওড়িশা
|
বেৰহমপুৰ
|
৬৪.৩৪
|
৬৬.৪৯
|
২৫.৫০
|
৬৫.৪১
|
৫৬
|
ওড়িশা
|
কালাহাণ্ডি
|
৭৬.৮৩
|
৭৮.৯৮
|
২১.৮২
|
৭৭.৯০
|
৫৭
|
ওড়িশা
|
কোৰাপুট
|
৭৮.৪৬
|
৭৬.৬৯
|
৪১.৫৪
|
৭৭.৫৩
|
৫৮
|
ওড়িশা
|
নৱৰংপুৰ
|
৮২.২১
|
৮২.১১
|
৩৪.৪৮
|
৮২.১৬
|
৫৯
|
তেলেংগানা
|
আদিলাবাদ
|
৭৪.৪৩
|
৭৩.৬৪
|
৪০.২৩
|
৭৪.০৩
|
৬০
|
তেলেংগানা
|
ভংগিৰ
|
৭৮.২১
|
৭৫.৩৮
|
৫১.৯০
|
৭৬.৭৮
|
৬১
|
তেলেংগানা
|
চেৱেল্লা
|
৫৬.৭২
|
৫৬.০৬
|
১৫.২৬
|
৫৬.৪০
|
৬২
|
তেলেংগানা
|
হায়দৰাবাদ
|
৪৯.৯৯
|
৪৬.৯৩
|
১৩.৭৮
|
৪৮.৪৮
|
৬৩
|
তেলেংগানা
|
কৰিমনগৰ
|
৭২.৩৩
|
৭২.৭৫
|
৪৪.১২
|
৭২.৫৪
|
৬৪
|
তেলেংগানা
|
খম্মমম
|
৭৬.৯৮
|
৭৫.২৭
|
৫১.৫৪
|
৭৬.০৯
|
৬৫
|
তেলেংগানা
|
মেহবুবাবাদ
|
৭২.৫২
|
৭১.২১
|
৪৫.২৮
|
৭১.৮৫
|
৬৬
|
তেলেংগানা
|
মেহবুবনগৰ
|
৭৩.৬৫
|
৭১.২৪
|
৩৮.১০
|
৭২.৪৩
|
৬৭
|
তেলেংগানা
|
মলকাজগিৰি
|
৫১.১৮
|
৫০.৩৫
|
২৪.৭২
|
৫০.৭৮
|
৬৮
|
তেলেংগানা
|
মেড়ক
|
৭৬.৩৬
|
৭৩.৮৭
|
৩১.১০
|
৭৫.০৯
|
৬৯
|
তেলেংগানা
|
নগৰপুৰনুল
|
৭০.৮৯
|
৬৮.০৬
|
৪৮.৭২
|
৬৯.৪৬
|
৭০
|
তেলেংগানা
|
নলগোণ্ডা
|
৭৫.০০
|
৭৩.০৮
|
৫৩.২৫
|
৭৪.০২
|
৭১
|
তেলেংগানা
|
নিজামাবাদ
|
৬৮.৫৩
|
৭৪.৯৬
|
৪৩.৩৩
|
৭১.৯২
|
৭২
|
তেলেংগানা
|
পেদ্দাপল্লি
|
৬৮.৬৬
|
৬৭.১১
|
৩২.০৪
|
৬৭.৮৭
|
৭৩
|
তেলেংগানা
|
ছেকেণ্ড্ৰাবাদ
|
৪৯.৪২
|
৪৮.৬৪
|
২৪.৬২
|
৪৯.০৪
|
৭৪
|
তেলেংগানা
|
ৱাৰাংগল
|
৬৯.৯৯
|
৬৭.৭৯
|
২১.৪১
|
৬৮.৮৬
|
৭৫
|
তেলেংগানা
|
জহিৰাবাদ
|
৭৫.৮৪
|
৭৩.৪৯
|
২৭.১২
|
৭৪.৬৩
|
৭৬
|
উত্তৰ প্ৰদেশ
|
আকবৰপুৰ
|
৬০.০১
|
৫৫.২০
|
২৫.৩২
|
৫৭.৭৮
|
৭৭
|
উত্তৰ প্ৰদেশ
|
বহৰাইচ
|
৫৬.৫৪
|
৫৮.৪১
|
১৭.৩১
|
৫৭.৪২
|
৭৮
|
উত্তৰ প্ৰদেশ
|
ধৌৰহৰা
|
৬৬.৬৫
|
৬২.১৪
|
১৫.১৯
|
৬৪.৫৪
|
৭৯
|
উত্তৰ প্ৰদেশ
|
ইটাৱা
|
৫৬.৮৬
|
৫৫.৭৯
|
১৮.৭৫
|
৫৬.৩৬
|
৮০
|
উত্তৰ প্ৰদেশ
|
ফৰুখাবাদ
|
৬০.১৫
|
৫৭.৮৪
|
২০.২২
|
৫৯.০৮
|
৮১
|
উত্তৰ প্ৰদেশ
|
হৰদোই
|
৫৯.২৪
|
৫৫.৬২
|
১৬.৬৭
|
৫৭.৫২
|
৮২
|
উত্তৰ প্ৰদেশ
|
কন্নৌজ
|
৬১.৬৩
|
৬০.৪৬
|
১৮.৯৫
|
৬১.০৮
|
৮৩
|
উত্তৰ প্ৰদেশ
|
কাণপুৰ
|
৫৪.৮৮
|
৫০.৯৬
|
১১.৪৮
|
৫৩.০৫
|
৮৪
|
উত্তৰ প্ৰদেশ
|
খেৰি
|
৬৬.০৪
|
৬৩.১৪
|
৩০.৯৫
|
৬৪.৬৮
|
৮৫
|
উত্তৰ প্ৰদেশ
|
মিসৰিখ
|
৫৭.৮৯
|
৫৩.৬৩
|
১৮.৩৭
|
৫৫.৮৯
|
৮৬
|
উত্তৰ প্ৰদেশ
|
শাহজাহানপুৰ
|
৫৫.৬৪
|
৫০.৭৩
|
৬.০০
|
৫৩.৩৬
|
৮৭
|
উত্তৰ প্ৰদেশ
|
সীতাপুৰ
|
৬৩.৯৬
|
৬০.৯৪
|
২১.৩১
|
৬২.৫৪
|
৮৮
|
উত্তৰ প্ৰদেশ
|
উন্নাৱ
|
৫৫.৭৪
|
৫৫.১৫
|
৯.৭৮
|
৫৫.৪৬
|
৮৯
|
পশ্চিমবঙ্গ
|
আসানসোল
|
৭৫.১৪
|
৭১.৩৩
|
১৩.১৬
|
৭৩.২৭
|
৯০
|
পশ্চিমবঙ্গ
|
বৰহমপুৰ
|
৭৩.৬১
|
৮১.৬২
|
৩২.৫৬
|
৭৭.৫৪
|
৯১
|
পশ্চিমবঙ্গ
|
বৰ্ধমান পূৰবা
|
৮১.২৪
|
৮৪.৫১
|
২২.৪৫
|
৮২.৮৫
|
৯২
|
পশ্চিমবঙ্গ
|
বৰ্ধমান -দুৰ্গাপুৰ
|
৮১.৩৯
|
৮০.০৫
|
৪০.০০
|
৮০.৭২
|
৯৩
|
পশ্চিমবঙ্গ
|
বীৰভূম
|
৮১.২৭
|
৮২.৫৫
|
২১.০৫
|
৮১.৯১
|
৯৪
|
পশ্চিমবঙ্গ
|
বলপুৰ
|
৮১.৯৫
|
৮৩.৪০
|
২১.৭৪
|
৮২.৬৬
|
৯৫
|
পশ্চিমবঙ্গ
|
কৃষ্ণনগৰ
|
৭৭.৪৯
|
৮৪.০২
|
২৬.৯২
|
৮০.৬৫
|
৯৬
|
পশ্চিমবঙ্গ
|
ৰাণাঘাট
|
৭৯.৬৭
|
৮৪.১৯
|
৩৮.৯৮
|
৮১.৮৭
|
আটাইকেইটা ৯৬ সংসদীয় সমষ্টি
|
৬৯.৫৮
|
৬৮.৭৩
|
৩৪.২৩
|
৬৯.১৬
|
তালিকা ৩
পৰ্যায় - ৫: সংসদীয় সমষ্টিভিত্তিক ভোটদাতাৰ সংখ্যা
পৰ্যায় - ৫: সংসদীয় সমষ্টিভিত্তিক ভোটদাতাৰ সংখ্যা
|
ৰাজ্য
|
সংসদীয় সমষ্টিৰ নাম
|
নিৰ্বাচক*
|
বিহাৰ
|
হাজিপুৰ
|
১৯৬৭০৯৪
|
বিহাৰ
|
মধুবনি
|
১৯৩৪৯৮০
|
বিহাৰ
|
মুজাফ্ফৰপুৰ
|
১৮৬৬১০৬
|
বিহাৰ
|
সাৰণ
|
১৭৯৫০১০
|
বিহাৰ
|
সীতামঢ়ি
|
১৯৪৭৯৯৬
|
জম্মু আৰু কাশ্মীৰ
|
বাৰামুলা
|
১৭৩৭৮৬৫
|
ঝাৰখণ্ড
|
ছতৰা
|
১৬৮৯৯২৬
|
ঝাৰখণ্ড
|
হাজাৰিবাগ
|
১৯৩৯৩৭৪
|
ঝাৰখণ্ড
|
কোডৰমা
|
২২০৫৩১৮
|
লাডাখ
|
লাডাখ
|
১৮৪৮০৮
|
মহাৰাষ্ট্ৰ
|
ভিৱণ্ডি
|
২০৮৭২৪৪
|
মহাৰাষ্ট্ৰ
|
ধুলে
|
২০২২০৬১
|
মহাৰাষ্ট্ৰ
|
ডিণ্ডোৰি
|
১৮৫৩৩৮৭
|
মহাৰাষ্ট্ৰ
|
কল্যাণ
|
২০৮২২২১
|
মহাৰাষ্ট্ৰ
|
মুম্বাই উত্তৰ
|
১৮১১৯৪২
|
মহাৰাষ্ট্ৰ
|
মুম্বাই উত্তৰ -মধ্য
|
১৭৪৪১২৮
|
মহাৰাষ্ট্ৰ
|
মুম্বাই উত্তৰ -পূব
|
১৬৩৬৮৯০
|
মহাৰাষ্ট্ৰ
|
মুম্বাই উত্তৰ -পশ্চিম
|
১৭৩৫০৮৮
|
মহাৰাষ্ট্ৰ
|
মুম্বাই দক্ষিণ
|
১৫৩৬১৬৮
|
মহাৰাষ্ট্ৰ
|
মুম্বাই ছাউথ চেণ্ট্ৰেল
|
১৪৭৪৪০৫
|
মহাৰাষ্ট্ৰ
|
নাছিক
|
২০৩০১২৪
|
মহাৰাষ্ট্ৰ
|
পালঘৰ
|
২১৪৮৫১৪
|
মহাৰাষ্ট্ৰ
|
থানে
|
২৫০৭৩৭২
|
ওড়িশা
|
অস্কা
|
১৬২০৯৭৪
|
ওড়িশা
|
বাৰগড়
|
১৬৩১৯৭৪
|
ওড়িশা
|
বোলংগিৰ
|
১৮০১৭৪৪
|
ওড়িশা
|
কন্ধমাল
|
১৩৩৯০৯০
|
ওড়িশা
|
সুন্দৰগড়
|
১৫৭৬১০৫
|
উত্তৰ প্ৰদেশ
|
আমেঠি
|
১৭৯৬০৯৮
|
উত্তৰ প্ৰদেশ
|
বান্দা
|
১৭৪৭৪২৫
|
উত্তৰ প্ৰদেশ
|
বাৰাম্বাকি
|
১৯১৮৪৯১
|
উত্তৰ প্ৰদেশ
|
ফয়জাবাদ
|
১৯২৭৪৫৯
|
উত্তৰ প্ৰদেশ
|
ফটেহপুৰ
|
১৯৩৮৫৬৩
|
উত্তৰ প্ৰদেশ
|
গণ্ডা
|
১৮৪৩১২১
|
উত্তৰ প্ৰদেশ
|
হামিৰপুৰ
|
১৮৩৯৭৬১
|
উত্তৰ প্ৰদেশ
|
জালন
|
২০০৬১৬১
|
উত্তৰ প্ৰদেশ
|
ঝান্সি
|
২১৬১২২১
|
উত্তৰ প্ৰদেশ
|
কেশৰগঞ্জ
|
১৯০৪৭২৬
|
উত্তৰ প্ৰদেশ
|
কৌশম্বি
|
১৯০৯৬২০
|
উত্তৰ প্ৰদেশ
|
লক্ষ্ণৌ
|
২১৭২১৭১
|
উত্তৰ প্ৰদেশ
|
মোহনলালগঞ্জ
|
২১৮৭২৩২
|
উত্তৰ প্ৰদেশ
|
ৰায়বৰেলী
|
১৭৮৪৩১৪
|
পশ্চিমবঙ্গ
|
আৰামবাগ
|
১৮৮৩২৬৬
|
পশ্চিমবঙ্গ
|
বনগাঁও
|
১৮৩৬৩৭৪
|
পশ্চিমবঙ্গ
|
বেৰেকপুৰ
|
১৫০৮৭২৮
|
পশ্চিমবঙ্গ
|
হুগলী
|
১৮৫৮০৬৭
|
পশ্চিমবঙ্গ
|
হাওৰা
|
১৭৬৯১৮৪
|
পশ্চিমবঙ্গ
|
শ্ৰীৰামপুৰ
|
১৯২৬৬৪৫
|
পশ্চিমবঙ্গ
|
উলুবেড়িয়া
|
১৭৪১৪৩৮
|
*নিৰ্বাচকৰ সংখ্যাত সেৱা নিৰ্বাচকৰ হিচাপ অন্তৰ্ভুক্ত নাই
**********
DK/RP
(Release ID: 2021111)
Visitor Counter : 82
Read this release in:
Telugu
,
Kannada
,
Malayalam
,
Odia
,
Odia
,
English
,
Urdu
,
Hindi
,
Hindi_MP
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Tamil